ফল-মূল গছৰ ডাল-পাত কটাৰ (Prunning)প্ৰয়োজনীয়তা:ইমদাদ হুছেইন ঠকুৰীয়া, ড° নছিমা ৰহমান

অসমত অতি সহজে হোৱা বিভিন্ন ধৰণৰ ফল-মূলৰ গছ বোৰ কম বেচি পৰিমানে আমাৰ প্ৰায়বোৰ মানুহৰ ঘৰতে দুই এডাল হলেও দেখা পোৱা যায় সম্পূৰ্ণ পঢ়ক

‘মাইক্ৰগ্ৰীন’- খাদ্যৰ এক নৱতম সংযোজন:স্বাগতা শইকীয়া

ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। ইয়াৰ প্ৰায় ৮০ শতাংশ লোকেই কৃষিজীৱি। আই ভাৰতীয়ে যুগ যুগ ধৰি ভাৰতৰ জনগণৰ মুখত পূৰ্ণ অন্ন-পাত্ৰ ডাঙি ধৰি ভোগ কৰাই আহিছে। সম্পূৰ্ণ পঢ়ক

শৰৎ কালত মীনপালনত লবলগীয়া পদক্ষেপ : ডঃ বিভা চেতিয়া বৰা

সকলো মীনপালকলৈ শাৰদীয় শুভেচ্ছা জনাই এই সময়ত মাছ পালন পুখুৰীত লবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে লিখিব খুজিছোঁ। সম্পূৰ্ণ পঢ়ক

লখিমপুৰৰ কৃষক ব্ৰজেন গগৈ : আনাৰসৰ খেতিৰে গ্ৰাম্য উদ্যমিতাৰ নিদৰ্শন

ব্ৰজেন গগৈ, লখিমপুৰ জিলাৰ পঞ্চাশ বছৰীয়া উদ্যান শস্যৰ এজন কৃষক। এইজন কৃষকেই শেহতীয়াকৈ সকলো উদ্যান শস্যৰ কৃষকৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে। কাৰণ সম্পূৰ্ণ পঢ়ক

জৈৱিক কৃষিত জীৱানুসাৰৰ ব্যৱহাৰ: এজ’স্পিৰিলাম, ফচ্ফ’বেক্টাৰ আৰু ফ্ৰেচুইৰিয়া অৰেণচিয়া --ড০ ইমদাদ ঠাকুৰীয়া

এজ’ট’বেক্টাৰ নামৰ জীৱাণুসাৰবিধৰ বিষয়ে ইতিমধ্যে ‘সেউজ চিন্তা’ত প্ৰকাশিত আন এক প্ৰৱন্ধত আলোচনা কৰা হৈছে। সম্পূৰ্ণ পঢ়ক

অসমৰ ৰেচম শিল্পঃ এৰী শিল্প এৰী পলুৰ খাদ্য-বৃক্ষ ৰোপনৰ উন্নত পদ্ধতি : ড০ মৃদুল চন্দ্ৰ শৰ্মা

জৈৱ-বৈচিত্রাৰে চহকী অসম তথা উত্তৰ পূব্বাৰ্ঞ্চল সমগ্র পৃথিবীৰ ৰেচম মানচিত্রত এক অনন্য স্থান লাভ কৰি আহিছে । ব্যৱসায়িক ৰূপত পালন কৰা চাৰিত্ত বিধ ৰেচম এৰী, মুগা, সম্পূৰ্ণ পঢ়ক

‘লক ডাউন’ৰ সময়চোৱাত মীনপালকসকলে লবলগীয়া ব্যৱস্থা

কৰ’ণা ভাইৰাছৰ আগ্ৰাসনক সামাজিক দূৰত্বৰে প্ৰতিহত কৰিবলৈ বৰ্তমান কেন্দ্ৰীয় চৰকাৰে বলবৎ কৰা ‘লক ডাউন’ৰ সময়চোৱাত কৃষক তথা কৃষি খণ্ডৰ লগত জড়িত লোকসকল বিমোৰত পৰা সম্পূৰ্ণ পঢ়ক

অৰ্কিডৰ বাগিচা

কপৌফুল- প্ৰতিজন অসমীয়াৰে মন পুলকিত কৰিব পৰা এটি নাম, এটি অনুভব। যৌৱনৰ ঋতু বহাগত মনৰ মানুহজনে যাঁচি কপৌফুল এথুপিৰ মূল্য কিমান সেয়া যাঁচোতা সম্পূৰ্ণ পঢ়ক

গো-পালন আৰু সমন্বিত কৃষিৰে স্বাৱলম্বী এজন কৃষকৰ কথা

সাধাৰণতে আমাৰ অসমৰ সৰহ সংখ্যক লোকৰে মনত পৰম্পৰাগতভাৱে এক ধাৰণা আছে যে- উন্নত প্ৰজাতিৰ গো-পালনৰ বাবে আমাৰ জলবায়ু ভাল নহয়, ব্যৱসায় ভিত্তিত সম্পূৰ্ণ পঢ়ক

বায়ফ্ল’ক প্ৰযুক্তিৰে মাছ পালন: মীন বিপ্লৱৰ এক নতুন সংযোজন

সমগ্ৰ বিশ্বতে বৰ্তমানে উত্তম পুষ্টি গুণযুক্ত আহাৰ হিচাপে মাছৰ চাহিহা বৃদ্ধি পাই অহাৰ লগে লগে নিয়ন্ত্ৰিত পৰিবেশত মাছ পালনৰে অধিক উৎপাদনৰ গুৰুত্বও বাঢ়িছে। সমান্তৰালভাবে এইক্ষেত্ৰত নতুন প্ৰযুক্তিৰো বিকাশ হৈছে। সম্পূৰ্ণ পঢ়ক





কৃষি পৰ্যটন

কৃষি পৰ্যটন মানে কি?
- অতিথিৰ বিনোদন আৰু শিক্ষাৰ বাবে কৃষি পামত কৰা যিকোনো উপাৰ্জনমূলক কাৰ্যকে কৃষি পৰ্যটন বুলি কয়। সৰু পামতে কৃষি পৰ্যটন কেনেকৈ আৰম্ভ কৰিব সম্পূৰ্ণ পঢ়ক





কৃষি উদ্যমীতা (Agri-Entrepreneurship)

‘এন্ট্ৰিপ্ৰিনিউৰশ্বিপ’ বা উদ্যমীতা হ’ল বৰ্ত্তমান সময়ৰ এটি গুৰত্বপূৰ্ণ বিষয়। মুক্ত অৰ্থনীতি বিকাশৰ লগে লগে ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহতো এই উদ্যমীতাই সম্পূৰ্ণ পঢ়ক



কৃত্ৰিম উপগ্ৰহ প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত মহাৰাষ্ট্ৰত কৃষি উন্নয়ন

শস্য উৎপাদনত খৰাঙৰ পৰা পোক পৰুৱাৰ আক্ৰমণলৈকে বিভিন্ন সাম্ভাব্য অন্তৰায়সমুহ সঠিকভাৱে গণনা কৰি উলিয়াব পৰা এনে এটি প্ৰযুক্তি উদ্ভাৱন কৰি উলিয়াইছে, যিয়ে শস্য অনুযায়ী অথবা অঞ্চল অনুযায়ী ফচলৰ ফলাফল আগতীয়াকৈ নিৰ্দ্ধাৰণ কৰিব পাৰে।..... সম্পূৰ্ণ পঢ়ক





জৈবিক কৃষিৰ আখৰা

মানৱ সমাজৰ বিৱৰ্তনৰ মূল এক ঢাপ হৈছে কৃষি কাৰ্য্যৰ আৱিষ্কাৰ। কৃষি কাৰ্য্যৰ আৱিষ্কাৰ হোৱাৰ পৰাই মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় প্ৰায়ভাগ সামগ্ৰীয়েই এই কৃষিক্ষেত্ৰখনৰ পৰাই আহৰণ কৰি আহিছে। কালক্ৰমত মানুহৰ জনসংখ্যা বৃদ্ধিৰ লগে-লগে কৃষিজাত সামগ্ৰীৰ চাহিদা দিনক-দিনে বৃদ্ধি পাব ধৰিছে। ফলত কৃষিক্ষেত্ৰখনত এক ব্যাপক হেঁচা পৰিব ধৰিছে। ........... সম্পূৰ্ণ পঢ়ক


পত্ৰ ৰূপান্তৰ- পুষ্প-সজ্জাৰ এক অভিনৱ কলা

ফুলৰ সৌন্দৰ্যই মানযহৰ মনলৈ আনি দিয়ে প্ৰেৰণা, উন্মাদনা আৰু অনাবিল আনন্দ। জন্ম, মৃত্যু, বিবাহকে আদি কৰি পূজা-পাৰ্বন আদি প্ৰায় সকলো উৎসৱতে ফুল অপৰিহাৰ্য। ঘৰৰ সৌন্দৰ্য বৰ্ধনতো ফুল বহুলভাবে ব্যৱহৃত হ ........... সম্পূৰ্ণ পঢ়ক


বিশেষ ঘোষণা:
নতুন আশা- সেউজ চিন্তাত সম্প্ৰচাৰিত লিখনি/ ফটো/ স্কেকটছ্/ তথ্য ইত্যাদি সম্পৰ্কে কোনো ব্যক্তি, প্ৰতিষ্ঠান নাইবা আইনী ব্যৱস্থাৰ যদি কোনো ওজৰ-আপত্তি থাকিলে সংশ্লিষ্ট পক্ষৰ জাননী মৰ্মে উক্ত আপত্তিজনক লিখনি সেউজ চিন্তাৰ পৰা আঁতৰাই দিয়া হব নাইবা শুধৰণি কৰি দিয়া হব -শঙ্কৰাচাৰ্য ৰাভা, মুখ্য সম্পাদক (প্ৰচাৰ আৰু সংগঠন)

  • যোগাযোগৰ ঠিকনা:
  • টেলিফোন:
  • মবাইল আৰু ৱাটছআপ নম্বৰ:
    +91-9435199832